అర్థం : স্ত্রীৰ উৰা বস্ত্র বা চাদৰ
ఉదాహరణ :
শশুৰেকৰ ঘৰলৈ যোৱাৰ সময়ত তেওঁ ্ৰঙা ওৰণি লৈ আছিল
పర్యాయపదాలు : ওৰণি, ওৰণি লোৱা চাদৰ
అర్థం : বহলাই পাৰিব পৰা বা পিন্ধা-উৰা কৰিব পৰা দীঘল আৰু বহল কাপোৰ
ఉదాహరణ :
তেওঁ ্ বজাৰৰ পৰা এখন নতুন চাদৰ কিনি আনিলে