పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి চাতুৰী అనే పదం యొక్క అర్థం.

চাতুৰী   বিশেষ্য

అర్థం : নিজা স্বার্থপূৰণৰ কাৰণে কাৰোবাক প্রতাৰণা কৰি কৰা কাম

ఉదాహరణ : তেওঁ ্ছল-চাতুৰী কৰি সমস্ত মাটি সম্পত্তি নিজৰ কৰি লʼলে

పర్యాయపదాలు : কপট, কপটতা, কপটালি, কাপট্য, কুষাৰি, কৰাল, খেপ, খেপা-খেপি, চতুৰালি, চালাকি, চয়তানি, ছল-চাতুৰী, ছলনা, ছলাহ, ঠগন, ঢাকলি, প্রতাৰণা, প্রৱঞ্চনা, ফাং, ফাং-বাজী, বঞ্চনা, বিড়ম্বনা, ভণ্ডামি, ভণ্ডালি, লগোৱা-ভগোৱা-, লেং-মৰা-, শঠতা, শাঠ্য

అర్థం : বুদ্ধিমান হোৱাৰ অৱস্থা বা ভাব

ఉదాహరణ : তেওঁ নিজৰ বুদ্ধিমত্তাৰেহে এই কামটোত সফল হʼল

పర్యాయపదాలు : চতুৰতা, চাতুর্য, ধী, ধীশক্তি, বিচাৰ-বুদ্ধি, বুদ্ধি, বুদ্ধিমত্তা, বুধি, বুধি-সুধি, মতি, মেধা