సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : গাড়ী অথবা কল-কাৰখানা আদিত লগোৱা চক্র বিশেষ যাক ধুৰাত লগাই ঘূৰালে গাড়ী বা কল-কাৰখানা চলোৱা হয়
ఉదాహరణ : এই গাড়ীখনৰ আগ চকাটো বেয়া হৈ গʼল
పర్యాయపదాలు : চকা
అర్థం : মৌমাখি আদিৰ ঘৰ
ఉదాహరణ : এইজোপা গছত মৌমাখিয়ে চাক সাজিছে
పర్యాయపదాలు : মৌচাক
అర్థం : খুটিৰ ওপৰত ঘূৰি থকা যি চক্রত কুমাৰে বাচন তৈয়াৰ কৰে
ఉదాహరణ : কুমাৰে বাচন বনাবৰ বাবে চাকখন ঘূৰালে
ఆప్ స్థాపించండి