సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : মাটি চহ কৰা বা কুৰিওৱা কাৰ্য বা ভাব
ఉదాహరణ : বীজ সিঁচাৰ আগেয়ে খেতিপথাৰত কুৰিওৱা হয়
పర్యాయపదాలు : কুৰিওৱা
అర్థం : খেতিৰ মাটিত হাল চলোৱা
ఉదాహరణ : খেতিয়কে নিজৰ খেতি পথাৰত হাল বাইছে
పర్యాయపదాలు : হাল বোৱা
అర్థం : খেতিপথাৰ আদি চহ কৰা
ఉదాహరణ : এক একৰ খেতিপথাৰ চহোৱা হʼল
పర్యాయపదాలు : চহ কৰা
అర్థం : মাটি খান্দি ওলট-পালট কৰি দিয়া কার্য
ఉదాహరణ : মাটি কোমল আৰু খেতি উপযোগী কৰিবৰ কাৰণে পথাৰত চহ কৰা হয়
పర్యాయపదాలు : কুৰিওৱা, চহ কৰা
ఆప్ స్థాపించండి