అర్థం : লাঠী আদিৰ প্রয়োগ বা প্রহাৰ হোৱা
ఉదాహరణ :
আজি বাৱতৰ বস্তিত লাঠী চলিল
అర్థం : মিহি কাপোৰ বা চালনি আদিৰে কোনো গুড়ি বা বীজ আদি সৰকোৱা কার্য, ্ যʼত কাপোৰ বা চালনিৰ ওপৰত কুটা বা ডাঙৰ অংশ ৰৈ যায়
ఉదాహరణ :
তেওঁ ্ আটাখিনি লদা কৰাৰ আগতে চালি লʼলে আইতাই ঘেঁহু্ চালি আছে
పర్యాయపదాలు : চালি লোৱা
అర్థం : আহাৰ খোৱাৰ সময় বা খোৱাৰ পিছতো আৰু খাব পৰা
ఉదాహరణ :
এনেয়ে মই খাই আহিছোঁ তথাপিও মিঠাইটো চলিব মোৰ পেট ভৰি গʼল, আৰু একো নচলিব
అర్థం : সম্বন্ধ, ব্যৱহাৰ আদি ভালদৰে চলি থকা
ఉదాహరణ :
চোৱাযাওক, মিছাৰ আধাৰত গঢ় লোৱা এই সম্পর্ক কিমান দিন চলে
అర్థం : কোনো বস্তু আদিৰ প্রচলনত অহা
ఉదాహరణ :
টোগলকৰ শাসনকালত তেওঁৰ ্নামত মুদ্রা চলিছিল
పర్యాయపదాలు : প্রচলিত হোৱা
అర్థం : সোনকালে বেয়া বা নষ্ট নোহোৱা বা কামত দিয়া
ఉదాహరణ :
ভাল কোম্পানীৰ উৎপাদিত সামগ্রী বেছিদিন চলে
పర్యాయపదాలు : টিকা
అర్థం : প্রভুত্ব বিস্তাৰ কৰা কার্য
ఉదాహరణ :
গাঁৱত তেওঁৰ বহুত চলে