పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి চলা అనే పదం యొక్క అర్థం.

চলা   ক্ৰিয়া

అర్థం : গতিত থকা

ఉదాహరణ : গাঁৱত এতিয়াও ৰামায়ণ পাঠ চলি আছে

పర్యాయపదాలు : অব্যাহত থকা

అర్థం : আচৰণ বা ব্যৱহাৰ আদিত প্রয়োগ কৰিবৰ কাৰণে কৰা আশানুৰূপ কাম

ఉదాహరణ : মোৰ দহ-বছৰ পুৰণি গাড়ীখন আজিও চলি আছে

పర్యాయపదాలు : কাম কৰা, চলি থকা

అర్థం : ভালদৰে কাম চলাব পৰাৰ যোগ্য হোৱা

ఉదాహరణ : তেওঁৰ ব্যৱসায় চলি আছে

పర్యాయపదాలు : চলি থকা

అర్థం : লাঠী আদিৰ প্রয়োগ বা প্রহাৰ হোৱা

ఉదాహరణ : আজি বাৱতৰ বস্তিত লাঠী চলিল

అర్థం : মিহি কাপোৰ বা চালনি আদিৰে কোনো গুড়ি বা বীজ আদি সৰকোৱা কার্য, ্ যʼত কাপোৰ বা চালনিৰ ওপৰত কুটা বা ডাঙৰ অংশ ৰৈ যায়

ఉదాహరణ : তেওঁ ্ আটাখিনি লদা কৰাৰ আগতে চালি লʼলে আইতাই ঘেঁহু্ চালি আছে

పర్యాయపదాలు : চালি লোৱা

అర్థం : আহাৰ খোৱাৰ সময় বা খোৱাৰ পিছতো আৰু খাব পৰা

ఉదాహరణ : এনেয়ে মই খাই আহিছোঁ তথাপিও মিঠাইটো চলিব মোৰ পেট ভৰি গʼল, আৰু একো নচলিব

అర్థం : সম্বন্ধ, ব্যৱহাৰ আদি ভালদৰে চলি থকা

ఉదాహరణ : চোৱাযাওক, মিছাৰ আধাৰত গঢ় লোৱা এই সম্পর্ক কিমান দিন চলে

అర్థం : কোনো বস্তু আদিৰ প্রচলনত অহা

ఉదాహరణ : টোগলকৰ শাসনকালত তেওঁৰ ্নামত মুদ্রা চলিছিল

పర్యాయపదాలు : প্রচলিত হোৱা

అర్థం : সোনকালে বেয়া বা নষ্ট নোহোৱা বা কামত দিয়া

ఉదాహరణ : ভাল কোম্পানীৰ উৎপাদিত সামগ্রী বেছিদিন চলে

పర్యాయపదాలు : টিকা

అర్థం : প্রভুত্ব বিস্তাৰ কৰা কার্য

ఉదాహరణ : গাঁৱত তেওঁৰ বহুত চলে