సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : মানুহে অলৌকিক আৰু অমানৱীয় বুলি বিবেচনা কৰা এক ধৰণৰ আশ্চর্যজনক ্কাম
ఉదాహరణ : চন্দ্রকান্তাৰ কাহিনী মায়া-জালেৰে ভৰি আছে
పర్యాయపదాలు : ইন্দ্র-জাল, ইন্দ্রজাল, মায়া জাল, মায়া-জাল, যাদু
అర్థం : কোনো আশ্চর্যজনক ্ বা অদ্ভূত কাম বা ব্যাপাৰ যি সাধাৰণতে দেখিবলৈ পোৱা নাযায় আৰু যাক অলৌকিক আৰু অসম্ভৱ বুলি জনা যায়
ఉదాహరణ : পাগল মানুহজনক ভাল কৰি বাবাজীজনে চমৎকাৰ কৰি দিলে
పర్యాయపదాలు : অদ্ভুত কাম, অবাক, আচৰিত, আশ্চর্য, চমক, তবধ, বিস্ময়
ఆప్ స్థాపించండి