అర్థం : কোনো ব্যক্তি বা বস্তু আদিৰ ধ্যান ৰখা
ఉదాహరణ :
মোৰ বোৱাৰীজনীয়ে এতিয়া চাকৰি বাদ দি লʼৰা-ছোৱালী তথা ঘৰখন চম্ভালে
పర్యాయపదాలు : চকু-কাণ দিয়া, দায়িত্ব বহন কৰা, পালন কৰা
అర్థం : কোনো কাম আদিৰ দায়িত্ব লোৱা
ఉదాహరణ :
নবোৱাৰীৰ দ্বাৰা ঘৰ চম্ভালা নাযায়
అర్థం : ৰোধ কৰি বশত অনা
ఉదాహరణ :
দুর্গুণৰ ্পৰা বাচিবৰ কাৰণে মই নিজকে বহুত চম্ভালিছোঁ
అర్థం : কোনো মনোবেগক বাধা দিয়া
ఉదాహరణ :
জীৱন-মৰণটো নিয়তিৰ খেল, আপুনি শোকাকূল নহʼব, নিজকে নিজে চম্ভালক
అర్థం : কোনো বস্তু ভালে আছে নে নাই চোৱা
ఉదాహరణ :
নিজৰ কাপোৰ চম্ভালা