పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి চক্র అనే పదం యొక్క అర్థం.

চক্র   বিশেষ্য

అర్థం : যাৰ পৰিধি কেন্দ্রবিন্দুৰ পৰা সর্বত্র সমদূৰৱর্তী

ఉదాహరణ : তেওঁ ব্যৱহাৰিক বহীত বৃত্ত আঁকি আছে

పర్యాయపదాలు : বৃত্ত

అర్థం : নিজৰ মাজতে পূর্ণ এক ্কার্যৰীতি যʼত কোনো কিছুমান বিশেষ ঘটনা এটা ক্রমত হয় আৰু পুণৰ সিমান সময়তে যাৰ পুণৰাবৃত্তি হয়

ఉదాహరణ : এই চিত্রত পখিলাৰ জীৱন চক্র দেখুওৱা হৈছে

అర్థం : সৈনিকসকলক ভাল বা বীৰত্বপূর্ণ কাম কৰিলে পদকৰ ৰূপত প্রদান কৰা ্ধাতুৰ এক বিশেষ আকাৰৰ টুকুৰা

ఉదాహరణ : মেজৰ সতপাল সিঙক মহাবীৰ চক্র প্রদান কৰা হʼল

అర్థం : চকাৰ নিচিনা কোনো গোল বস্তু

ఉదాహరణ : এই যন্ত্রটোত ভালেমান চকা আছে

పర్యాయపదాలు : চকা

అర్థం : প্রায়েই ঘূৰি থকা বা ঘূৰাবৰ কাৰণে বনোৱা একপ্রকাৰৰ গোলাকাৰ বস্তু

ఉదాహరణ : কুমাৰৰ চাক একপ্রকাৰৰ চক্র

పర్యాయపదాలు : চকা