పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి চকী అనే పదం యొక్క అర్థం.

চকী   বিশেষ্য

అర్థం : যি স্থানত পহৰা দিবৰ কাৰণে চিপাহী থাকে

ఉదాహరణ : আজি চহৰৰ এটা পহৰা চকীত গাঞ্জাভর্তি ট্রাক ধৰা পৰিল

పర్యాయపదాలు : পহৰা চকী

అర్థం : প্ৰাচীন কালত পথৰ দাতিত থকা সেই বিশিষ্ট স্থান যʼত যাত্ৰাৰ ঘোঁৰা, হৰকৰা বা আৰোহীসকলক সলোৱা হয়

ఉదాహరణ : যাত্ৰা আৰামদায়ক কৰিবৰ কাৰণে ঠায়ে-ঠায়ে ডাক-চকী বনোৱা হৈছিল

పర్యాయపదాలు : ডাক-চকী

అర్థం : যি ঠাইত বাহিৰৰ পৰা অহা বা বাহিৰলৈ যোৱা মালবস্তু আদিৰ ওপৰত লগোৱা কৰ লোৱাৰ কাৰণে কিছুমান মানুহ থাকে

ఉదాహరణ : আমি চকীত দুশটকা দিবলগীয়া হʼল

పర్యాయపదాలు : উপশুল্ক সংগ্রহ চকী

అర్థం : পিছ অংশত ্ আঁউজিবৰ বাবে সুবিধা থকা এক প্রকাৰ বহা আসন

ఉదాహరణ : দেউতাই চকীত বহিত বাতৰি কাকত পঢ়ি আছে

పర్యాయపదాలు : মাচিয়া