పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి চʼৰাঘৰ అనే పదం యొక్క అర్థం.

চʼৰাঘৰ   বিশেষ্য

అర్థం : ডাঙৰ মানুহৰ ঘৰত থকা ডাঙৰ কোঠা বা বৈঠক, যʼত অহা-যোৱা কৰা মানুহ বহে

ఉదాహరణ : নেতাজনে চʼৰাঘৰত বহি মানুহৰ কথা শুনি আছিল

పర్యాయపదాలు : চʼৰা, চʼৰা ঘৰ, ড্রইং ৰুম, বহা কোঠা, বৈঠকখানা

అర్థం : ঘৰত অতিথিক বহাবলৈ বা সেৱা-সৎকাৰ কৰিবলৈ ব্যৱহাৰ কৰা কোঠা

ఉదాహరణ : কৈলাশে আলহী কোঠাত নিজৰ আলহীৰ সৈতে বহি আছে

పర్యాయపదాలు : অতিথি কক্ষ, অতিথি-কক্ষ, আলহী কোঠা, আলহী-কোঠা, ড্রয়িং ৰুম

అర్థం : বিশিষ্ট ব্যক্তিক বহাবৰ কাৰণে আৰু মানুহক লগ কৰিবৰ কাৰণে ঘৰৰ সন্মুখৰফালে থকা কোঠা

ఉదాహరణ : চʼৰাঘৰত আপোনালৈ অপেক্ষা কৰি থকা হৈছে

పర్యాయపదాలు : অতিথি-কোঠা, বৈঠকখানা