సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : বেৰেৰে ঘেৰি সাজি লোৱা মানুহ থকা ঠাই
ఉదాహరణ : এই ঘৰটোত পাঁচটা কোঠা আছে
పర్యాయపదాలు : আবাসস্থান, আলয়, গৃহ, ঘৰ, ঘৰ-দুৱাৰ, নিলয়, হাউলি
అర్థం : নিজৰ সকলো সম্পত্তি
ఉదాహరణ : তেওঁ নিজৰ ঘৰ-দুৱাৰ বিক্রী কৰি ইয়াৰ পৰা গুচি গʼল
పర్యాయపదాలు : ঘৰ-দুৱাৰ
ఆప్ స్థాపించండి