అర్థం : যি ঠাই কাৰোবাৰ বাবে ভালদৰে পৰিচিত
ఉదాహరణ :
এলাহাবাদতো মোৰ বাবে ঘৰৰ নিচিনা
అర్థం : ৰেখা আদিৰে ঘেৰি থকা স্থান
ఉదాహరణ :
তেওঁ নিজৰ উত্তৰ বহীত ঘৰ বনাই আছে
అర్థం : নিজৰ দেশ
ఉదాహరణ :
আমেৰিকাত দুবছৰ কটোৱাৰ পিছত শ্যাম স্বদেশলৈ ঘূৰিল
పర్యాయపదాలు : নিজ দেশ, স্বদেশ, স্বৰাষ্ট্র
అర్థం : গুটিৰে খেলা খেলত গুটি চলাবৰ কাৰণে কাগজ, কাঠ আদিৰ ওপৰত বনোৱা বিভাগ
ఉదాహరణ :
তেওঁ ্দবা খেলৰ গুটিটোক আগৰ ঘৰলৈ আগবঢ়াই দিলে