పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి ঘূৰোৱা అనే పదం యొక్క అర్థం.

ঘূৰোৱা   ক্ৰিয়া

అర్థం : কোনো এবিধ বস্তুৰ ওপৰত আন এবিধ বস্তুৰে তৰপ দিয়া কার্য

ఉదాహరణ : মিঠাইৰ টেমাৰ ওপৰত কাগজ মেৰিয়াই দিয়া

పర్యాయపదాలు : জপোৱা, নুৰিওৱা, পকোৱা, মেৰিওৱা

అర్థం : প্রবৃত্ত কৰা

ఉదాహరణ : গুৰিদেৱৰ সংগই তেওঁক আধ্যাত্মিকতাৰ ফালে ঘূৰালে

పర్యాయపదాలు : ঘূৰাই দিয়া

అర్థం : চাৰিওফালে ফুৰা

ఉదాహరణ : বেংকৰ বিষয়াই ঋণ অনুমোদনৰ কামত মোক বহুত ঘূৰালে

అర్థం : দিশ পৰি্বর্তন ্কৰা

ఉదాహరణ : পথ সলাবৰ কাৰণে ড্রাইভাৰে গাড়ীখন ঘূৰালে

అర్థం : পৰিভ্রমণ কৰাত প্রবৃত্ত কৰা বা চাৰিওফালে ঘূৰা কার্য

ఉదాహరణ : গাইডে আমাক গোটেই চহৰখন ঘূৰোৱা

పర్యాయపదాలు : ফুৰোৱা

అర్థం : ভুল কথাৰে বা পথেৰে পৰিচালিত কৰা কাৰ্য

ఉదాహరణ : তেওঁ ্মোক নিজৰ কথাৰে ঘূৰাই দিলে

అర్థం : ঘূৰাই দিয়া বা পকাই প্রয়োগ কৰা কার্য:নিৰাজে ভুল কৰাত শিক্ষকে তাৰ কাণ পকাই দিলে

ఉదాహరణ :

పర్యాయపదాలు : ঘূৰা, পকা, পকাই দিয়া, পকোৱা, মোহাৰি দিয়া, মোহৰা

అర్థం : বতাহত ইফালে-সিফালে হালি থকা

ఉదాహరణ : প্রতিদ্বন্দ্বীয়ে প্রহাৰ কৰাৰ আগেয়ে তৰোৱাল ঘূৰাই আছে