సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো কার্য আদিৰ কাৰণে নি্র্ধাৰিত ঠাই বা যʼত কোনো কাম বিশেষ ৰূপত হয়
ఉదాహరణ : নেতাসকলৰ কাৰণে দিল্লী এক ৰাজনৈতিক কেন্দ্র
పర్యాయపదాలు : কেন্দ্র, কেন্দ্র স্থান, কেন্দ্রস্থল, কেন্দ্রীয় ঠাই, কেন্দ্রীয় স্থল, কেন্দ্রীয় স্থান
అర్థం : কোনো বিশেষ কামৰ কাৰণে কিছুমান মানুহ একেলগে থকা বা গোট খোৱা ঠাই
ఉదాహరణ : এই চহৰখন অসামাজিক কামৰ ঘাটি হৈ পৰিছে
పర్యాయపదాలు : আড্ডা, আড্ডাস্থলী, কেন্দ্র, থল, থলী, স্থল, স্থলী
ఆప్ స్థాపించండి