సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : বতাহ আৰু পোহৰ সোমাবৰ কাৰণে বেৰত কৰা সৰু দুৱাৰৰ দৰে অংশ:এই কোঠাটোত এখন খিৰিকি আছে
ఉదాహరణ :
పర్యాయపదాలు : খিড়িকি, খিৰিকি, জানলা, জানালা, বাতায়ন
అర్థం : বতাহ চলাচল আৰু পোহৰ সোমোৱাৰ সুচল হোৱাকৈ কোনো ঘৰ আদিত সজা দর্জাৰ নিচিনা কিন্তু তাতকৈ সৰু অংশবিশেষ
ఉదాహరణ : তেওঁ খিৰিকিৰে বাহিৰ ওলাই গʼল
పర్యాయపదాలు : খিৰিকি, বাতায়ন
అర్థం : বতাহ আৰু পোহৰ সোমোৱাৰ কাৰণে বেৰত সজা জালি থকা ডাঙৰ অংশ বা ছেদ
ఉదాహరణ : ঘৰখনত বতাহ চলাচল কৰিবৰ কাৰণে তেওঁ প্রতিটো কোঠাতে খিৰিকি লগাইছে
పర్యాయపదాలు : খিৰিকি, খিৰিকী, বাতায়ন
ఆప్ స్థాపించండి