అర్థం : য়ুনান দেশৰ ভাষা
ఉదాహరణ :
শ্যামে গ্রীক ভালদৰে কʼব পাৰে
పర్యాయపదాలు : গ্রীক ভাষা, গ্রীক-ভাষা, গ্রীচ, গ্রীচ ভাষা, গ্রীচ-ভাষা, য়ুনানী, য়ুনানী ভাষা, য়ুনানী-ভাষা
అర్థం : যি লিপিত ইউনানী বা গ্রীক ভাষা লিখা হয়
ఉదాహరణ :
ইউনানী লিপি বহুত পুৰণি
పర్యాయపదాలు : ইউনানী, ইউনানী লিপি, গ্রীক লিপি, য়ুনানী, য়ুনানী লিপি
అర్థం : য়ুনানৰ নিবাসী
ఉదాహరణ :
প্রাচীন কালত গ্রীকসকলে সমগ্র বিশ্বতে তেওঁলোকৰ বীৰত্বৰ ধ্বজা উৰুৱাবলৈ সক্ষম হৈছিল
పర్యాయపదాలు : গ্রীকবাসী, য়ুনান-বাসী, য়ুনানী