పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి গোলমাল అనే పదం యొక్క అర్థం.

গোলমাল   বিশেষ্য

అర్థం : বহুতো মানুহে একেলগে চিঞৰ মৰা কার্য যʼত শৰীৰ হালি-জালি দুলি থাকে

ఉదాహరణ : লʼৰা-ছোৱালীবোৰে ছাদৰ ওপৰত হাই-উৰুমি কৰি আছে

పర్యాయపదాలు : আটাহ, উসমিস, কিৰিলি, কুমৰধ্বনি, কেলৌ-কেচৌ, কেলৌ-মেলৌ, কোর্হাল, গণ্ডগোল, তোলপাৰ, ফুৰুলি, হাই, হাই-উৰুমি, হাল্লা, হুলদিল, হুলস্থূল, হৈ-চৈ, ৰিঙা-ৰোৱা

అర్థం : ব্যৱস্থাৰ অভাৱ

ఉదాహరణ : অব্যৱস্থাৰ কাৰণে কোনো কাম সময়মতে নহয়

పర్యాయపదాలు : অব্যৱস্থা, গণ্ডগোল, ঘমঘণ্ট, বিশৃংখলা, হুলস্থূল

అర్థం : জানি-বুজি বা আকোৰগোজ মনোভাবৰ পৰা জন্ম হোৱা বা অপটু কাৰণত হোৱা খেলিমেলি

ఉదాహరణ : আজিকালি প্রায়বোৰ বিভাগতে কিবা কিবা নহয় কিবা গোলমাল থাকেই

పర్యాయపదాలు : অব্যৱস্থা, গণ্ডগোল, ঘমঘণ্ট, ঘোটালা, বিশৃঙ্খলা

అర్థం : লৰালৰি বা অস্থিৰতাৰ কাৰণে হোৱা দোধোৰ-মোধোৰ অৱস্থা

ఉదాహరణ : অকস্মাৎ জুই লগাৰ কাৰণে খদমদম লাগি গʼল

పర్యాయపదాలు : উথপথপ, খদমদম, ততাতৈয়া