అర్థం : সঞ্চিত বা একত্রিত কৰা
ఉదాహరణ :
তেওঁ ঘৰ ্সাজিবৰ কাৰণে অতি কষ্ট কৰি এটা এটাকৈ পইচা গোটাইছে
పర్యాయపదాలు : একত্রিত কৰা, জমা কৰা, সংগ্রহ কৰা, সঞ্চিত কৰা
అర్థం : বিচ্ছুৰিত বা সিঁচৰতি হৈ থকা বস্তুবোৰক কোনো এক ঠাইলৈ অনা বা একগোট কৰা
ఉదాహరణ :
খেতিয়কে সিঁচৰতি হৈ থকা শস্যবোৰ গোটালে
పర్యాయపదాలు : একগোট কৰা, একত্রিত কৰা