సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : একে ঠাইতে জমা কৰা বা হোৱা একাধিক বস্তুৰ একত্রিত ৰূপ
ఉదాహరణ : সমূহ ৰাইজৰ হৈ তেওঁ ্ কথাষাৰ কʼলে সুৰেশে খৰিৰ দʼমত জুই লগাই দিলে
పర్యాయపదాలు : গণ, জাক, জুম, দʼম, দল, পাল, পুঞ্জ, বাঁহ, মখা, মাউখ, যূথ, সমষ্টি, সমূহ
అర్థం : জমা হোৱা গোট খোৱা অৱস্থা বা ভাব
ఉదాహరణ : খেতি পথাৰত শস্যৰ গোট ভাল হৈছে
అర్థం : একে ধৰণৰ বহুত বস্তুৰ কিছুমান ওখ সমষ্টি
ఉదాహరణ : ৰাম আৰু শ্যামৰ মাজত শস্যৰ দʼমৰ ভাগ-বাটোৱাৰা হʼল
పర్యాయపదాలు : দʼম, সমষ্টি, সমূহ, ৰাশি
అర్థం : যোগ্যতা, কর্তব্য আদিৰ বিচাৰেৰে কৰা বিভাগ
ఉదాహరణ : গান্ধীজী এজন উচ্চ ্বর্গৰ ্নেতা আছিল
పర్యాయపదాలు : বর্গ, শ্রেণী
ఆప్ స్థాపించండి