సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো বস্তু সৰি নষ্ট হোৱা বা গেলিব ধৰা কার্য
ఉదాహరణ : পাত আদি পচনৰ ফলত সাৰ হয়
పర్యాయపదాలు : পচন, পচা
అర్థం : কোনো বস্তু গলি যোৱা আৰু তাৰ পৰা দুর্গন্ধ ওলোৱা বিকাৰ
ఉదాహరణ : ফলমূল, শাক-পাচলি আদি সোনকালে গেলি যায়
పర్యాయపదాలు : গেলি যোৱা, গেলি-পচি যোৱা
అర్థం : ফল আদি বেয়া হোৱা বা গলিবলৈ ধৰা কার্য
ఉదాహరణ : পাচিত ৰখা ফলবোৰ গেলিছে
పర్యాయపదాలు : টেঙা হোৱা, পঁ্চা
అర్థం : যিটো নষ্ট হৈ গৈছে
ఉదాహరణ : গেলা বস্তুখিনি ডাষ্টবিনত পেলাই দিয়া
పర్యాయపదాలు : বেয়া
అర్థం : পুঁজেৰে ভৰি থকা
ఉదాహరణ : গেলা ফোঁহাটো সদায় চফা কৰা উচিত
పర్యాయపదాలు : পকা
ఆప్ స్థాపించండి