అర్థం : যিজন কলাকাৰে সিদ্ধি লাভ কৰিছে
ఉదాహరణ :
সমাজত গুণী কলাকাৰৰ যথেষ্ট অভাৱ
పర్యాయపదాలు : ওস্তাদ, কলাগুৰু, গুণী কলাকাৰ
అర్థం : যিজন ব্যক্তিয়ে শিক্ষার্থীসকলক জ্ঞানপ্রদান কৰে বা পঢ়ায়:শিক্ষক আৰু ছাত্রৰ সম্পর্ক মধুৰ হʼব লাগে
ఉదాహరణ :
పర్యాయపదాలు : অধ্যাপক, আচার্য, পণ্ডিত, শিক্ষক, শিক্ষাগুৰু