సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো বস্তু মোহাৰিলে বা খুন্দিলে যি অৱশিষ্ট পোৱা যায়
ఉదాహరణ : লʼৰাটোৱে লদা মাটিডোখৰ কাটি-কাটি গুৰি কৰিলে
అర్థం : কোনো টান বস্তুক হাত বা কোনো সঁজুলিৰ সহায়ত জোৰেৰে এনেদৰে হেঁ্চা প্রয়োগ কৰা যাৰ ফলত সি সৰু সৰু টুকুৰাত খণ্ড-বিখণ্ড হৈ পৰে
ఉదాహరణ : আলু-পৰঠা বনাবৰ কাৰণে ললিতাই সিজোৱা আলুবোৰ পিটিকি আছে
పర్యాయపదాలు : পিটিকা
అర్థం : কুটা বা পিচি গুৰি কৰা কাৰ্য
ఉదాహరణ : মছলা পিচা হʼল
పర్యాయపదాలు : পিচা, বটা
ఆప్ స్థాపించండి