సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো পদার্থ আদিৰ ভগা বা পিচা সূক্ষ্ম টুকুৰা
ఉదాహరణ : নিমগছৰ পাত শুকুৱাই তাৰ গুড়ি তৈয়াৰ কৰি ্ ঘাঁ আদিত লগোৱা হয়
పర్యాయపదాలు : গুড়ি, চূর্ণ, ্ পাউদাৰ
అర్థం : কোনো বস্তু খান্দিলে বা কাটিলে ওলোৱা অৱশিষ্ট অংশ বা চূর্ণ
ఉదాహరణ : কাঠৰ গুৰিবোৰ চৌকাত জুই লগোৱাৰ কামত আহে
అర్థం : কোনো বস্তু বা কামৰ প্রাথমিক স্তৰ
ఉదాహరణ : আমি এই ঘটনাৰ উঁহ বিচাৰিব লাগিব
పర్యాయపదాలు : উঁহ, বুনিয়াদ, ভেটি
ఆప్ స్థాపించండి