అర్థం : যি ইন্দ্রিয়ৰ যোগেদি প্রাণীয়ে সন্তান জন্ম দিয়ে
ఉదాహరణ :
ইয়াত জননেন্দ্রিয় ্সম্পর্কীয় ৰোগৰ চিকিৎসা কৰা হয়
పర్యాయపదాలు : গুপ্তাঙ্গ, জনন ইন্দ্রিয়, জননেন্দ্রিয়
అర్థం : পুৰুষৰ জনন কার্যৰ লগত সম্বন্ধিত অংগ
ఉదాహరణ :
যি লোকৰ পুৰুষাংগ নিষ্ক্রিয়, ্ তেওঁলোকে সন্তান জন্ম দিব নোৱাৰে
పర్యాయపదాలు : পুৰুষ জননাংগ, পুৰুষাংগ, শিশ্ন
అర్థం : জনন কার্যৰ লগত জড়িত যি কোনো অংগ
ఉదాహరణ :
জননাংগৰ জৰিয়তে জীৱৰ সৃষ্টি হয়
పర్యాయపదాలు : জননাংগ