పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి গুণ అనే పదం యొక్క అర్థం.

গুণ   বিশেষ্য

అర్థం : সদায় আচৰণ কৰি লাভ কৰা এক ব্যৱহাৰিক নিয়ম:তেওঁ পুৱা সদায় সোনকালে উঠা অভ্যাস

ఉదాహరణ :

పర్యాయపదాలు : অভ্যাস, আত্মভাব, চৰিত্র, ধর্ম, ধাত, প্রকৃতি, প্রবণতা, প্রবৃতি, প্রবৃত্তি, স্বভাৱ, স্বৰূপ

అర్థం : কপাহ, ৰেচম আদিৰ পৰা তৈয়াৰ কৰা দীঘল মিহি ্ আঁহ, যি বোৱা-কটাত ব্যৱহাৰ হয়

ఉదాహరణ : এই শাৰীখন পাট সূতাৰে তৈয়াৰী

పర్యాయపదాలు : সূতা, সূত্র, ৰজ্জু

అర్థం : গণিতত এটা সংখ্যাৰে আন এটা সংখ্যাৰ বৃদ্ধি কৰা কার্য

ఉదాహరణ : দুই আৰু দুই পূৰণ কৰিলে গুণফল চাৰি পোৱা যায়

పర్యాయపదాలు : পূৰণ

అర్థం : ধনুত লগোৱা একপ্রকাৰৰ ৰচী যাৰ সহায়ত দূৰলৈ কাঁড় নিক্ষেপ কৰিব পাৰি

ఉదాహరణ : তেওঁ ধনুত গুণ লগাই আছে

పర్యాయపదాలు : গুণা

అర్థం : কোনো বস্তুৰ উৎকৃষ্টতাৰ বিষয়ে জানিব পৰা অৱস্থা বা ভাব

ఉదాహరణ : তেওঁক ্পাঠশালাত নিজৰ গুণৰ কাৰণে সকলোৱে জানে

పర్యాయపదాలు : গুণশালিতা, গুণালংকাৰ, গুণৱত্তা

అర్థం : কোনো বস্তুৰ মাজত পোৱা বিশেষ কথা বা তত্ত্ব যাৰ দ্বাৰা তেনে বস্তু অন্য বস্তুতকৈ পৃথক বুলি গণ্য কৰা হয়

ఉదాహరణ : সকলো বস্তুৰে কিছুমান লক্ষণ থাকে

పర్యాయపదాలు : লক্ষণ

গুণ   বিশেষণ

అర్థం : গুণ বা বৃদ্ধি কৰা

ఉదాహరణ : সংস্কৃতিৰ সুবাস সহস্ৰ গুণ কৰিব পাৰি