అర్థం : যিজন গুজৰাটৰ নিবাসী
ఉదాహరణ :
গুজৰাটত হোৱা ভূমিকম্পই কিমান যে গুজৰাটীক অঘৰী কৰিলে
పర్యాయపదాలు : গুজৰাট বাসী, গুজৰাট-বাসী
అర్థం : গুজৰাট ৰাজ্যৰ ভাষা
ఉదాహరణ :
গুজৰাটীলোকৰ মাজত থাকি থাকি ্তেওঁ গুজৰাটী কʼবলৈ ধৰিলে
పర్యాయపదాలు : গুজৰাটী ভাষা
అర్థం : গুজৰাটত থকা বা বসতি কৰা
ఉదాహరణ :
গুজৰাটী লোকে বহুত পৰিশ্রম কৰিব পাৰে
అర్థం : গুজৰাটী ভাষাৰ সৈতে সম্বন্ধ থকা বা গুজৰাটী ভাষাৰ
ఉదాహరణ :
তেওঁ নৰসিংহ মেহতাই লিখা গুজৰাটী গ্রন্থ পঢ়ি আছে
అర్థం : গুজৰাট সম্বন্ধীয়
ఉదాహరణ :
নৱৰাত্রিত গুজৰাটী লোকে দাণ্ডি নৃত্য কৰে