సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : গিলা কার্য
ఉదాహరణ : সাপটোৱে এটা ভেকুলী গিলাৰ পিছত দ্বিতীয় ভেকুলীৰ ফালে বেগাই গʼল
అర్థం : মুখৰ সহায়ত খাদ্য আদি পেটলৈ লৈ যোৱা কার্য
ఉదాహరణ : লʼৰাজনৰ ভাত খোৱা হʼল বেমাৰীজনে ঔষধটো গিলিলে
పర్యాయపదాలు : আহাৰ কৰা, খোৱা, ভক্ষণ কৰা, ভোজন কৰা
అర్థం : মদ সেৱন কৰা
ఉదాహరణ : উৎসৱৰ দিনাখনো তেওঁ ্খায়
పర్యాయపదాలు : খোৱা, পান কৰা
అర్థం : খাদ্যনলীৰে কোনো বস্তু ডিঙিৰ তল অংশলৈ লৈ যোৱা
ఉదాహరణ : সাপে ভেকুলীটো গিলি থʼলে
పర్యాయపదాలు : গিলি থোৱা
ఆప్ స్థాపించండి