పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి গাখীৰ అనే పదం యొక్క అర్థం.

গাখীৰ   বিশেষ্য

అర్థం : নাৰীৰ স্তনদেশ

ఉదాహరణ : মাকে কেঁচুৱাটোক পিয়াহ খুৱাই আছে

పర్యాయపదాలు : কুচকুম্ভ, দুদু, পিয়াহ, পয়োধৰ, পয়োভাৰ, স্তন

అర్థం : গছ-গছনিৰ পাত আৰু ঠাল-ঠেঙুলি আদি ভাঙিলে ওলোৱা এক ধৰণৰ বগা ৰসযুক্ত পদার্থ

ఉదాహరణ : ছিঙা পাতখিনিৰ পৰা গাখীৰ ওলায় আছিল

అర్థం : শস্যৰ সেউজীয়া বা কেঁচ্া বীজৰ বগা ৰঙৰ ৰস

ఉదాహరణ : কেঁচ্া মাকৈ, ঘেঁহু আদি চেপিলে গাখীৰ ওলায়

అర్థం : মাইকী স্তন্যপায়ী প্রাণীৰ স্তনৰ পৰা ওলোৱা বগা তৰল পদার্থ

ఉదాహరణ : শিশুৰ কাৰণে মাকৰ গাখীৰ সর্বোৎকৃষ্ট আহাৰ

పర్యాయపదాలు : ক্ষীৰ, দুগ্ধ