పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి গা అనే పదం యొక్క అర్థం.

গা   বিশেষ্য

అర్థం : প্রাণীৰ একে ৰূপতে থকা সকলো অংগৰ সমষ্টি

ఉదాహరణ : শৰীৰ ভালে ৰাখিবলৈ ব্যায়াম কৰা উচিত যি দৰে আমি পুৰণা কাপোৰ সলাই নতুন কাপোৰ পিন্ধো সেইদৰে আত্মাইও পুৰণা দেহ ত্যাগ কৰি নতুন দেহত প্রৱেশ কৰে

పర్యాయపదాలు : ইন্দ্রিয়াতন, কায়, গাত্র, তনু, দেহ, দেহপিঞ্জৰ, দেহা, বপু, ভোগায়তন, শৰীল, শৰীৰ

అర్థం : শৰীৰৰ ডিঙিৰ তলৰ পৰা কঁ্কাললৈকে দেহৰ অংশ

ఉదాహరణ : তৰোৱালৰ এটা ঘাপতে তেওঁৰ মূৰ গাৰ পৰা বেলেগ হৈ গʼল

పర్యాయపదాలు : দেহ, দেহা, শৰীৰ