సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : অতি সূক্ষ্মকৈ
ఉదాహరణ : এই তথ্যৰ খবৰ পাবৰ কাৰণে গভীৰ অধ্যয়নৰ আৱশ্যক
పర్యాయపదాలు : গভীৰ
అర్థం : যাৰ কোনো অৱয়ব বা অংশ ওচৰে-ওচৰে থাকে বা ইটো-সিটো লগলাগি থাকে
ఉదాహరణ : চিকাৰ ঘন জংঘলত সোমাই গʼল আৰু চিকাৰী শুদা হাতে উলটি আহিল
పర్యాయపదాలు : ঘন, ডাঠ
ఆప్ స్థాపించండి