పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి গলা అనే పదం యొక్క అర్థం.

গলা   বিশেষ্য

అర్థం : কোমলতা, তীব্রতা, ডাঙৰ-সৰু আদি কৰি কʼব পৰা শ্্ব্দ যি প্রাণীৰ কণ্ঠৰ পৰা ওলায়

ఉదాహరణ : তেওঁৰ ্ মাতটো বৰ মিঠা

పర్యాయపదాలు : কণ্ঠ, বোল, মাত, স্বৰ

అర్థం : মূৰটোক ধৰি ৰখা দেহৰ অংগ:জিৰাফৰ ডিঙি বৰ দীঘল

ఉదాహరణ :

పర్యాయపదాలు : কণ্ঠদেশ, গল, গ্রীৱাদেশ, টেঁটু, ডিঙি, নেলু

అర్థం : কোট, কামিজ আদিৰ ডিঙি অংশৰ চাৰিওফালে থকা পটী

ఉదాహరణ : তেওঁ ্ কলাৰ থিয় কৰি গৈ আছে

పర్యాయపదాలు : কলাৰ

అర్థం : খোৱা আহাৰ পেটলৈ যোৱা আৰু শ্্ব্দৰ সৃষ্টি হোৱা ডিঙিৰ অংশ বিশেষ

ఉదాహరణ : সমুদ্র মন্থনৰ পৰা ওলোৱা হলাহল পান কৰি ভগৱান শিৱৰ কণ্ঠ নীলা হৈ গৈছিল

పర్యాయపదాలు : কণ্ঠ

అర్థం : গলি থকা এক অৱস্থা

ఉదాహరణ : বৰফ গলাৰ কাৰণেই গংগা, ব্রহ্মপুত্র আদি নদী কেতিয়াও নুশুকায়

అర్థం : শৰীৰৰ থুতৰিৰ তলত আৰু কান্ধৰ ওপৰৰ অৱস্থিত আগভাগ

ఉదాహరణ : পুৰুষৰ কণ্ঠৰ ঘটিকা দেখা যায়

పర్యాయపదాలు : কণ্ঠ, গল

গলা   ক্ৰিয়া

అర్థం : গৰমত কোনো গোটা বস্তু জুলীয়া হৈ যোৱা

ఉదాహరణ : বৰফ বেছি সময় বাহিৰত থʼলে গলি যায়

పర్యాయపదాలు : গলি যোৱা