సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : ভালৰ ওলোটা বা বিপৰীত
ఉదాహరణ : বেয়া মানুহৰ সংগ লোৱা ভাল নহয় আমি অসৎ কাম কৰিব নাপায়
పర్యాయపదాలు : অধম, অনুচিত, অপকৃষ্ট, অসৎ, খল, দুষ্ট, নিকৃষ্ট, নীচ, বদ, বেয়া, মন্দ
అర్థం : যিটো নিন্দা কৰিবৰ যোগ্য
ఉదాహరణ : আপুনি বাৰে-বাৰে নিন্দনীয় কাম কিয় কৰে
పర్యాయపదాలు : অপবাদমূলক, নিন্দনীয়, নিন্দাকৰ, নিন্দাজনক, নিন্দার্হ, বিগর্হিত
ఆప్ స్థాపించండి