అర్థం : গৈ পোৱা ঠাই বা যি ঠাইলৈ যাবলগীয়া আছে
ఉదాహరణ :
ৰঞ্জনে এতিয়াও নিজৰ গন্তব্য স্থানত গৈ পোৱাগৈ নাই
పర్యాయపదాలు : লক্ষ্য, লক্ষ্য স্থান
అర్థం : যʼত যাব লগা আছে
ఉదాహరణ :
আমি সুবিধানুসৰি নিজৰ গাড়ীৰে গন্তব্য স্থানলৈ যাব পাৰোঁ