సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যি নিজৰ ঠাইৰপৰা আঁতৰিব নোৱাৰে বা যাৰ গতি নাই
ఉదాహరణ : পাহাৰ-পর্বত স্থিৰ
పర్యాయపదాలు : অচল, অচৰ, অটল, অবিচল, অলৰ, অলৰ-অচৰ, থিৰ, দৃঢ়, নিশ্চল, স্থাণু, স্থিতিশীল, স্থিৰ
అర్థం : যি চলা-ফুৰা কৰিব নোৱাৰে
ఉదాహరణ : গছবোৰ সজীৱ সত্ত্বেও অচল
పర్యాయపదాలు : অচল, অচৰ, অলৰ-অচৰ, গতিৰহিত, ঠৰ, নিথৰ, নিশ্চল, বেগহীন, স্থবিৰ, স্থানু, স্থিতিশীল, স্থিৰ
అర్థం : যাৰ গতি নাই, কিন্তু গতি দিব পৰা যায়
ఉదాహరణ : গতিহীন গাড়ীখন হঠাৎ চলিবলৈ ধৰিলে
పర్యాయపదాలు : অগতি, গতিশূন্য, স্থিৰ
అర్థం : ৰৈ থকা
ఉదాహరణ : বন্ধ হৈ থকা কাম পুনৰ আৰম্ভ কৰা হৈছে
పర్యాయపదాలు : বন্ধ
ఆప్ స్థాపించండి