సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো কথা, ঘটনা বা বিষয়ৰ কোনো বিশেষ স্থিতি
ఉదాహరణ : খং উঠা অৱস্থাত কৰা কাম ভাল নহয়
పర్యాయపదాలు : অৱস্থা, গতিক, দশা, ধৰণ, ধৰণ-কৰণ, পৰিস্থিতি, হাল, হালত, ৰূপ
అర్థం : যʼৰ পৰা কোনো কার্য, ্ঘটনা আদিৰ দিশ সলনি হয়
ఉదాహరణ : ইয়াৰ পৰা কাহিনীটোৱে এক নতুন মোৰ লয়
పర్యాయపదాలు : মোৰ
అర్థం : প্রতি ঘণ্টাত অতিক্রম কৰা দূৰত্ব
ఉదాహరణ : গাড়ীখন ১০ কিলোমিটাৰ গতিৰে গৈছে
పర్యాయపదాలు : তীব্রতা, বেগ
అర్థం : চলি যোৱা বা গতি কৰা কার্য
ఉదాహరణ : তেওঁ তীব্র গতিৰে কʼৰবালৈ গৈ আছে
ఆప్ స్థాపించండి