సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : একে ঠাইতে জমা কৰা বা হোৱা একাধিক বস্তুৰ একত্রিত ৰূপ
ఉదాహరణ : সমূহ ৰাইজৰ হৈ তেওঁ ্ কথাষাৰ কʼলে সুৰেশে খৰিৰ দʼমত জুই লগাই দিলে
పర్యాయపదాలు : গোট, জাক, জুম, দʼম, দল, পাল, পুঞ্জ, বাঁহ, মখা, মাউখ, যূথ, সমষ্টি, সমূহ
అర్థం : (জীৱবিজ্ঞান) জীৱৰ বর্গীকৰণাত্মক বর্গ যʼত এক বা একাধিক ্বর্গ ্থাকে
ఉదాహరణ : ভেকুলীৰ বৈজ্ঞানিক নাম ৰানা টিগ্রীনা যʼত ৰানা হʼল ভেকুলীৰ গণ
పర్యాయపదాలు : বর্গ
ఆప్ స్థాపించండి