సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : সজা বা সজোৱা ভাব
ఉదాహరణ : তেওঁৰ শৰীৰৰ গঠন আটিল
పర్యాయపదాలు : গাঁথনি
అర్థం : অনেক অৱয়বযুক্ত ৰচনা
ఉదాహరణ : মানুহৰ আভ্যন্তৰীণ শাৰীৰিক গঠন জটিল
పర్యాయపదాలు : ৰচনা
అర్థం : কোনো বস্তুৰ বাহিৰৰ সেই অংশ যাৰ যোগেদি বস্তুবিধৰ দীঘ, প্রস্থ, প্রকাৰ, গুণাগুণ সম্পর্কে ্ জানিব পাৰি:দ্রৱৰ কোনো নিজা আকাৰ নাই
ఉదాహరణ :
పర్యాయపదాలు : আকাৰ, গঢ়, মূর্তৰূপ, স্বৰূপ, ৰূপ
అర్థం : সংস্থা বা মণ্ডলী আদি বনোৱা কার্য
ఉదాహరణ : বিদেশী শাসনৰ পৰা ভাৰতবর্ষক মুক্ত কৰিবৰ কাৰণে ভালেমান বিদ্রোহী সংস্থাৰ গঠন কৰিছিল
పర్యాయపదాలు : প্রতিষ্ঠা, স্থাপনা
అర్థం : এটা এককৰ ৰূপত থকা মানুহ বা বস্তুৰ ব্যৱস্থা বা ক্রম
ఉదాహరణ : সুৰক্ষাত্মক বেহু ভেদা সহজ নহয়
పర్యాయపదాలు : বেহু
ఆప్ స్థాపించండి