అర్థం : আকাশক চুব পৰাৰ সমান ওখ
ఉదాహరణ :
চহৰত গগনচুম্বী ভৱন দেখিবলৈ পোৱা যায়
పర్యాయపదాలు : উত্তুংগ, গগনচুম্বী, ্গগনস্পর্শী
అర్థం : গগন বা আকাশক ভেদ কৰোতা বা বহুত তীব্র
ఉదాహరణ :
পোন্ধৰ আগষ্টৰ দিনাখন গগনভেদী শ্লোগানেৰে আকাশ মুখৰিত হৈ আছিল
పర్యాయపదాలు : আকাশভেদী