అర్థం : মৃতদেহক জ্বলোৱা কার্য
ఉదాహరణ :
আজিকালি শৱদাহৰ বাবে চহৰত বিদ্যুৎ শৱদাহগৃহৰো নি্র্মাণ কৰা হৈছে
పర్యాయపదాలు : অগ্নিকার্য, অগ্নিক্রিয়া, অগ্নি্কর্ম্ম, অন্ত্যেষ্টি, অন্ত্যেষ্টিক্রিয়া, কাঠ-সংস্কাৰ, দাহকর্ম্ম, মৃতসৎকাৰ, শেষকৃত্য, শৱদাহ, শৱদাহন, শৱসৎকাৰ, সৎকাৰ