అర్థం : কোনো বস্তু প্রয়োজনতকৈ অধিক ব্যৱহাৰ হোৱা বা নষ্ট হোৱা
ఉదాహరణ :
এই গাড়ীখনে বহুত পেট্রʼল খায়
పర్యాయపదాలు : লোৱা
అర్థం : জুলীয়া বস্তু মুখত লৈ গলেৰে লৈ যোৱা
ఉదాహరణ :
সি গাখীৰ খাইছে মানুহজনে মদ্য পান কৰিছে
పర్యాయపదాలు : গলাধঃকৰণ কৰা, পান কৰা, পি-খোৱা
అర్థం : চিন্তা, বেমাৰ আদিৰ পৰা শৰীৰৰ ওপৰত কুপ্রভাৱ পৰা বা কাৰোবাৰ মৃত্যু হোৱা
ఉదాహరణ :
বোৱাৰীৰ মৃত্যুৰ পিছতো মাক চিন্তাই খাই মাৰিছে
అర్థం : বাহি থোৱা ভোজন গ্রহণ কৰা
ఉదాహరణ :
কথা সমাপ্তিৰ পিছত ভক্ত সকলে শাৰী পাতি বহি খাই আছিল
పర్యాయపదాలు : ভোজন কৰা
అర్థం : কোনো খোৱা বস্তু মুখৰ ভিতৰত সুমুৱাই লৈ ইফালে-সিফালে কৰা
ఉదాహరణ :
তেওঁ মর্টন ্চোৱাই আছে
పర్యాయపదాలు : চোৱোৱা
అర్థం : বতাহ, সেমেকা বতৰ আদিত ধাতু নষ্ট হোৱা অৱস্থা
ఉదాహరణ :
বৰষুণত লোহা মামৰে খায়
పర్యాయపదాలు : ধৰা
అర్థం : ব্যক্তিৰ গুণ আদি নষ্ট কৰা
ఉదాహరణ :
অহংকাৰে মানুহক বর্বাদ কৰে
పర్యాయపదాలు : নষ্ট কৰা, বর্বাদ কৰা