పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి খোৱা అనే పదం యొక్క అర్థం.

খোৱা   বিশেষ্য

అర్థం : খোৱা কার্য

ఉదాహరణ : আমি জংঘলত বাঘে কুকুৰ এটা ভক্ষণ কৰি থকা দেখিলোঁ

పర్యాయపదాలు : ভক্ষণ

খোৱা   ক্ৰিয়া

అర్థం : মুখৰ সহায়ত খাদ্য আদি পেটলৈ লৈ যোৱা কার্য

ఉదాహరణ : লʼৰাজনৰ ভাত খোৱা হʼল বেমাৰীজনে ঔষধটো গিলিলে

పర్యాయపదాలు : আহাৰ কৰা, গিলা, ভক্ষণ কৰা, ভোজন কৰা

అర్థం : মদ সেৱন কৰা

ఉదాహరణ : উৎসৱৰ দিনাখনো তেওঁ ্খায়

పర్యాయపదాలు : গিলা, পান কৰা

అర్థం : কোনো বস্তু প্রয়োজনতকৈ অধিক ব্যৱহাৰ হোৱা বা নষ্ট হোৱা

ఉదాహరణ : এই গাড়ীখনে বহুত পেট্রʼল খায়

పర్యాయపదాలు : লোৱা

అర్థం : জুলীয়া বস্তু মুখত লৈ গলেৰে লৈ যোৱা

ఉదాహరణ : সি গাখীৰ খাইছে মানুহজনে মদ্য পান কৰিছে

పర్యాయపదాలు : গলাধঃকৰণ কৰা, পান কৰা, পি-খোৱা

అర్థం : চিন্তা, বেমাৰ আদিৰ পৰা শৰীৰৰ ওপৰত কুপ্রভাৱ পৰা বা কাৰোবাৰ মৃত্যু হোৱা

ఉదాహరణ : বোৱাৰীৰ মৃত্যুৰ পিছতো মাক চিন্তাই খাই মাৰিছে

అర్థం : কথা আদিৰে অশান্তি কৰি থকা

ఉదాహరణ : আজি সি মোৰ মূৰ খাই দিছে

పర్యాయపదాలు : চোবোৱা

అర్థం : বাহি থোৱা ভোজন গ্রহণ কৰা

ఉదాహరణ : কথা সমাপ্তিৰ পিছত ভক্ত সকলে শাৰী পাতি বহি খাই আছিল

పర్యాయపదాలు : ভোজন কৰা

అర్థం : কোনো খোৱা বস্তু মুখৰ ভিতৰত সুমুৱাই লৈ ইফালে-সিফালে কৰা

ఉదాహరణ : তেওঁ মর্টন ্চোৱাই আছে

పర్యాయపదాలు : চোৱোৱা

అర్థం : বতাহ, সেমেকা বতৰ আদিত ধাতু নষ্ট হোৱা অৱস্থা

ఉదాహరణ : বৰষুণত লোহা মামৰে খায়

పర్యాయపదాలు : ধৰা

అర్థం : ব্যক্তিৰ গুণ আদি নষ্ট কৰা

ఉదాహరణ : অহংকাৰে মানুহক বর্বাদ কৰে

పర్యాయపదాలు : নষ্ট কৰা, বর্বাদ কৰা