అర్థం : কোনো বস্তুৰ সন্মুখৰ আচ্ছাদন বা ওপৰৰ আৱৰণ আঁতৰোৱা
ఉదాహరణ :
সময় হোৱাৰ লগে লগে মঞ্চৰ আঁৰ্কাপোৰ খোল খালে
పర్యాయపదాలు : খোল খোৱা
అర్థం : গুপ্ত বা গূঢ় কথা প্রকট বা স্পষ্ট কৰা
ఉదాహరణ :
তেওঁ নিজৰ প্রেম বিবাহৰ ৰহস্য খুলিলে
అర్థం : বন্ধা অথবা জোৰা লগোৱা বস্তু আঁতৰি যোৱা
ఉదాహరణ :
মোৰ ধুতিখন খুলি গʼল আপোনাৰ কামিজৰ বুটামটো খুলি গʼল
పర్యాయపదాలు : খুলি যোৱা
అర్థం : ঢকা বা বাধা দিয়া বস্তু আঁতৰোৱা
ఉదాహరణ :
কোনোবা আদিছে, দুৱাৰখন খোলা
అర్థం : কোনো সঁজুলিৰ মেৰামতি কৰিবৰ বাবে তাৰ অংগবোৰ পৃথক কৰা
ఉదాహరణ :
ঘড়ীৰ মেকানিকে বেটাৰী লগাবৰ বাবে ঘড়ীটো খুলিলে
అర్థం : পিন্ধা বস্তু পৃথক কৰা
ఉదాహరణ :
লʼৰাটোৱে গা-ধোৱাৰ কাৰণে নিজৰ কাপোৰ খুলিলে
పర్యాయపదాలు : সোলোকোৱা
అర్థం : বন্ধন, গাঁঠি আদি খোলা
ఉదాహరణ :
জোতাৰ ৰচীডাল খোলা
అర్థం : নিতৌ কার্য আৰম্ভ ্হোৱা
ఉదాహరణ :
এই বেংকটো ন বজাত খোলে
అర్థం : নতুনকৈ আৰম্ভ কৰা
ఉదాహరణ :
প্রতিবেশীয়ে বাচনৰ আৰু এখন দোকান খুলিলে
అర్థం : বেংক আদিত খাটা আৰম্ভ কৰা
ఉదాహరణ :
ইয়াৰ সকলো কর্ম্্চাৰীয়ে কানাড়া বেংকত খাটা খুলিছে
అర్థం : ঢাকি নৰখা বা আৱৰি নৰখা
ఉదాహరణ :
উদং হৈ থকা বস্তুবোৰ ঢাকি ৰাখা
పర్యాయపదాలు : অনাচ্ছাদিত, অনাবৃত, অনাৱেষ্টিত, আৱৰণহীন, উদং, উন্মুক্ত, ঢঢৈয়া, ঢাকনহীন, ধোবাং বাং, ফলং লং, ফলংলঙীয়া, ফলঙা, মুকলি, মুকলি-হাকলি
అర్థం : যিটো বন্ধ নহয়
ఉదాహరణ :
খোলা দুৱাৰেদি কুকুৰটো ভিতৰলৈ আহিল
అర్థం : কঠোৰতাৰ শুধৰণি বিচৰা তথা প্রগতিশীল বিচাৰধাৰাৰ সমর্থক
ఉదాహరణ :
সমাজত উদাৰ ব্যক্তিৰ বহু প্রয়োজন আছে
పర్యాయపదాలు : অকপট, উদাৰ, উদাৰ-চিতীয়া, উদাৰ-মনা, উদাৰচিত্ত, উদাৰচেতা, উদাৰমতি, উদাৰমনা, খোলামনৰ, পেটেমুখে একে, মনে মুখে একে