అర్థం : ক্ষুৰ আদিৰে মূৰৰ চুলি পৰিস্কাৰ কৰা
ఉదాహరణ :
শিশুটোৰ চুলি খুৰোৱা হʼল
అర్థం : মূৰ আদিৰ সম্পূর্ণ চুলি আতৰাই পেলোৱা
ఉదాహరణ :
নাপিতে তেওঁৰ মূৰ খুৰাইছে
పర్యాయపదాలు : মুণ্ডন কৰা
అర్థం : শিৰ আদিৰ পৰা চুলি ্আঁতৰোৱা কার্য
ఉదాహరణ :
নাপিতৰ ওচৰলৈ গৈ তেওঁ নিজৰ মূৰৰ চুলি খুৰালে
పర్యాయపదాలు : মুণ্ডন কৰা