అర్థం : শিং থকা চাৰিঠেঙীয়া জন্তুৰ ভৰিৰ একেবাৰে তলত থকা টান ফটা অংশ
ఉదాహరణ :
খেতিপথাৰৰ ঠায়ে-ঠায়ে গৰুৰ খুড়াৰ চিন আছে
పర్యాయపదాలు : খুড়া
అర్థం : পালেং, চকী আদিৰ তলত থকা সৰু স্তম্ভসদৃশ অংশ যাৰ সহায়ত তাৰ বাকী অংশ থিয় হৈ থাকে
ఉదాహరణ :
এই পালেঙখনৰ এটা খুৰা ভাঙি থাকিল
పర్యాయపదాలు : খুটা
అర్థం : ঘোঁৰাৰ ভৰিৰ তলৰ অংশ
ఉదాహరణ :
ঘোঁৰাৰ খুৰাৰ তললৈ অহা ছাগলী পোৱালীটোৱে গচক খালে