సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : দুটা বস্তু বেগেৰে আহি পৰস্পৰে লগ লগা কার্য
ఉదాహరణ : বাছ আৰু ট্রাকৰ খুন্দাত দহজন লোক আহত হʼল
అర్థం : খুন্দা বা কুটাৰ কার্য
ఉదాహరణ : শ্যামে ধান কুটাৰ পিছত ্ঘেঁহু পিচি আছে
పర్యాయపదాలు : কুটা, বনা
అర్థం : কোনো বস্তু ভাগিবলৈ, পিচিবলৈ তাৰ ওপৰত বাৰে বাৰে কোনো ডাঙৰ আৰু ওজন বস্তুৱে আঘাত কৰা কার্য
ఉదాహరణ : মহিলাসকলে ধান বানি আছে
పర్యాయపదాలు : খুনা, বনা
అర్థం : কোনো বস্তুক ঘঁহি চূর্ণৰ ৰূপলৈ অনা
ఉదాహరణ : ঘেঁহু পিহা হʼল
పర్యాయపదాలు : পিহা
ఆప్ స్థాపించండి