సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : শিল, কাঠ আদিৰে বনোৱা গোলাকাৰ, চাৰিচুকীয়া থিয় ওখ খণ্ড বা এনেকুৱা আকাৰৰ এক গঠন
ఉదాహరణ : স্তম্ভৰ পৰা ভগৱান নৰসিংহ আৱি্র্ভাব হৈছিল
పర్యాయపదాలు : পিলাৰ, স্তম্ভ, স্থানু
అర్థం : পালেং, চকী আদিৰ তলত থকা সৰু স্তম্ভসদৃশ অংশ যাৰ সহায়ত তাৰ বাকী অংশ থিয় হৈ থাকে
ఉదాహరణ : এই পালেঙখনৰ এটা খুৰা ভাঙি থাকিল
పర్యాయపదాలు : খুৰা
అర్థం : বিষাক্ত পোক-পতঙ্গ, জন্তু আদিয়ে দাতেৰে কামোৰা কার্য
ఉదాహరణ : খেতিয়কজনক খেতি-পথাৰত সাপে খুটিলে
పర్యాయపదాలు : কামোৰা, ডকা
ఆప్ స్థాపించండి