సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : বেৰ আদিত বিন্ধিবলৈ কাঠ, লোহা আদিৰে নির্মিত শকত পিন
ఉదాహరణ : সীতাই কাপোৰ ওলমাবলৈ বেৰত গজাল মাৰিছে
పర్యాయపదాలు : গজাল, গোঁজ
అర్థం : সৰু আৰু চুটি খুঁ্টা
ఉదాహరణ : ৰতনে চৰণীয়া পথাৰৰ সো-মাজত এটা খুঁটি পুতি ছাগলীজনী বান্ধি দিলে
అర్థం : নাও বান্ধিবৰ কাৰণে ঘাট আদিত থকা ডাঙৰ খুটা বিশেষ
ఉదాహరణ : সদায় সন্ধিয়া হোৱাৰ লগে লগে নাৱিকে নাওখন খুঁটিত বান্ধি থয়
పర్యాయపదాలు : নাও খুঁটি
ఆప్ స్థాపించండి