సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো বস্তু আদিক কোনো অংশত জোৰেৰে সুমুৱাই দিয়া
ఉదాహరణ : মোহনে সোহনৰ পেটত চাকুৰে হানিলে
పర్యాయపదాలు : বিদ্ধ কৰা, ভৰাই দিয়া, হনা, হানি দিয়া
అర్థం : কোমল অংশত কোনো জোঙা বস্তু আদি ভৰাই দিয়া
ఉదాహరణ : তেওঁ ্ মোৰ হাতত বেজীৰে খুঁচি দিলে
పర్యాయపదాలు : খুঁচি দিয়া, সুমুওৱা, সুমুৱাই দিয়া
ఆప్ స్థాపించండి