పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి খিৰিকি అనే పదం యొక్క అర్థం.

খিৰিকি   বিশেষ্য

అర్థం : বতাহ আৰু পোহৰ সোমাবৰ কাৰণে বেৰত কৰা সৰু দুৱাৰৰ দৰে অংশ:এই কোঠাটোত এখন খিৰিকি আছে

ఉదాహరణ :

పర్యాయపదాలు : খিড়িকি, গৱাক্ষ, জানলা, জানালা, বাতায়ন

అర్థం : বতাহ চলাচল আৰু পোহৰ সোমোৱাৰ সুচল হোৱাকৈ কোনো ঘৰ আদিত সজা দর্জাৰ নিচিনা কিন্তু তাতকৈ সৰু অংশবিশেষ

ఉదాహరణ : তেওঁ খিৰিকিৰে বাহিৰ ওলাই গʼল

పర్యాయపదాలు : গৱাক্ষ, বাতায়ন

అర్థం : বতাহ আৰু পোহৰ সোমোৱাৰ কাৰণে বেৰত সজা জালি থকা ডাঙৰ অংশ বা ছেদ

ఉదాహరణ : ঘৰখনত বতাহ চলাচল কৰিবৰ কাৰণে তেওঁ প্রতিটো কোঠাতে খিৰিকি লগাইছে

పర్యాయపదాలు : খিৰিকী, গৱাক্ষ, বাতায়ন

అర్థం : ঘৰ, গাড়ী, জাহাজ আদিৰ বেৰ বা ছাদত বতাহ তথা পোহৰ আহিবলৈ বনোৱা খোলা অংশক খুলিবৰ বাবে বা বন্ধ কৰিবৰ বাবে কাঠ বা ধাতুৰ গঠন যʼত কাঁচ আদি লগোৱা থাকে

ఉదాహరణ : কোনোবাই কাৰ খনৰ খিৰিকিৰ ্কাঁচ ভাঙিলে