అర్థం : যিটো স্বীকৃত নহয় বা স্বীকাৰ কৰা হোৱা নাই
ఉదాహరణ :
চৰকাৰে শ্রমিকসকলৰ দাবী খাৰিজ কৰিলে
పర్యాయపదాలు : অননুমোদিত, অস্বীকৃত, নামঞ্জুৰ, প্রত্যাখ্যাত
అర్థం : এৰা বা ত্যাগ কৰা বা পৃথক কৰা
ఉదాహరణ :
সমাজৰ পৰা বহিষ্কৃত কৰা মানুহৰ ঘৰৰ লগত কোনো লোকে সম্পর্ক ্বজাই ৰাখিব নিবিচাৰে
పర్యాయపదాలు : বহিষ্কৃত
అర్థం : বাহিৰ কৰা বা উলিয়াই পঠিওৱা
ఉదాహరణ :
প্রতিযোগিতাৰ পৰা বহিষ্কৃত খেলুৱৈসকলে কৈফিয়ৎ দিয়াৰ কাৰণে আৰু এবাৰ সুযোগ প্রদান কৰা হʼব
పర్యాయపదాలు : বহিষ্কৃত