పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి খাৰিজ అనే పదం యొక్క అర్థం.

খাৰিজ   বিশেষণ

అర్థం : যিটো স্বীকৃত নহয় বা স্বীকাৰ কৰা হোৱা নাই

ఉదాహరణ : চৰকাৰে শ্রমিকসকলৰ দাবী খাৰিজ কৰিলে

పర్యాయపదాలు : অননুমোদিত, অস্বীকৃত, নামঞ্জুৰ, প্রত্যাখ্যাত

అర్థం : যিটো ৰদ বা নাকচ কৰি দিয়া হৈছে

ఉదాహరణ : সম্পত্তি ৰখা সম্বন্ধীয় এটা প্রস্তাৱক লোকসভাত নাকচ কৰি দিয়া হৈছে

పర్యాయపదాలు : নাকচ, ৰদ

అర్థం : এৰা বা ত্যাগ কৰা বা পৃথক কৰা

ఉదాహరణ : সমাজৰ পৰা বহিষ্কৃত কৰা মানুহৰ ঘৰৰ লগত কোনো লোকে সম্পর্ক ্বজাই ৰাখিব নিবিচাৰে

పర్యాయపదాలు : বহিষ্কৃত

అర్థం : বাহিৰ কৰা বা উলিয়াই পঠিওৱা

ఉదాహరణ : প্রতিযোগিতাৰ পৰা বহিষ্কৃত খেলুৱৈসকলে কৈফিয়ৎ দিয়াৰ কাৰণে আৰু এবাৰ সুযোগ প্রদান কৰা হʼব

పర్యాయపదాలు : বহিষ্কৃত