సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কাৰো সৈতে নথকা
ఉదాహరణ : তেওঁ ঘৰত অকলে আছে
పర్యాయపదాలు : অকলে, একাকী
అర్థం : ভিতৰত একো নথকা বা যি অপূর্ণ
ఉదాహరణ : ভিক্ষাৰীজনৰ খালী পাত্রটোত পথাচাৰীজনে কেইটামান পইচা দি দিলে
పర్యాయపదాలు : উকা, উদং, শূন্য, শূন্যগর্ভ, ৰিক্ত
అర్థం : যি কোনো কামত ব্যস্ত নহয়
ఉదాహరణ : মই এই সময়ত খালী আছোঁ
పర్యాయపదాలు : কামহীন, ্কর্মহীন
అర్థం : যি কোনো সময়ত কোনো কাৰণবশতঃ ব্যৱহাৰ হৈ থকা নাই
ఉదాహరణ : আজি মোৰ গণিতৰ ঘণ্টাটো খালী আছে
ఆప్ స్థాపించండి